নগাঁৱৰ ধিং বজাৰত মাজ নিশা ভয়ংকৰ অগ্নিকাণ্ড

305

নগাঁৱৰ ধিং বজাৰত মাজ নিশা ভয়ংকৰ অগ্নিকাণ্ড।

নিশা তিনিমান বজাত অগ্নিকাণ্ড ঘটনা ঘটে ধিং বজাৰত।

কাপোৰৰ দোকানত ঘটে অগ্নিকাণ্ড। চৰ্টচাৰ্কিটৰ ফলত ছয় খনকৈ দোকান সম্পূৰ্ণ ভাৱে জুইত জাহ যায়।

দোকান কেইখন কাপোৰৰ আছিল।

প্ৰায় এক কোটি ৫০ লাখ টকাৰ ক্ষয় ক্ষতি হয় অগ্নিকাণ্ডৰ ফলত।

নিশা তহলদাৰী আৰক্ষীয়ে প্ৰথমে প্ৰত্যেক্ষ কৰে।

অৱশেষত ধিং আৰক্ষী আৰু অগ্নিনিৰ্বাপনৰ বাহিনীয়ে জুই নোমোৱাবলৈ সক্ষম হয়।