নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত দুৰ্ঘটনা

302

নগাঁও বটদ্ৰৱা সংযোগী গড়কাপ্তানী পথৰ ৰাইডঙীয়া গংগা ধাবাৰ সন্মুখত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।

এ এছ ০১ জি চি ২৬২৩নম্বৰৰ এখন ট্ৰেভেলাৰৰ খুন্দাত দুৰ্ঘটনাত থিতাতে নিহত মটৰ চাইকেল আৰোহী।

দূৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে এ এছ ০১ জি চি ২৬২৩ নম্বৰৰ জ্যোতি নামৰ ট্ৰেভেলাৰখন।

ইতিমধ্যে ঘটনাস্থলীত জাজৰি আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।