বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ

306

বলীউড অভিনেতা ছাহিল খানক গ্ৰেপ্তাৰ৷

ছত্তীশগড়ৰ পৰা মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেতাজনক৷

সম্প্ৰতি মুম্বাই আৰক্ষীৰ SITৰ জিম্মাত আছে অভিনেতাগৰাকী৷

বেটিং এপ কেলেংকাৰিৰে সাঙোৰ খাইছিল অভিনেতাগৰাকীৰ নাম।