আজি অসমতো অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

192

আজি অসমতো অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

ৰাজ্যৰ ৫ সমষ্টিত হৈছে ভোটযুদ্ধ।

অসমৰ নগাঁও, ডিফু, শিলচৰ, কৰিমগঞ্জ আৰু দৰং-ওদালগুৰিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।

আজি EVMত বন্দী হ’ব ৬১ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।

ইয়াৰ ভিতৰত ৫৯ জন পুৰুষ আৰু দুগৰাকী মহিলা প্ৰাৰ্থী।

৭৭,২৬,৬৬৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ভাগ্য।