লামডিং ৰে’ল ষ্টেচনত অভাৱনীয়

208

লামডিং ৰে’ল ষ্টেচনত অভাৱনীয় পৰিৱেশ।

লামডিঙত আৱদ্ধ বহুকেইখন ৰে’লৰ যাত্ৰী।

ৰে’ল কৰ্তৃপক্ষৰ বিৰুদ্ধে যাত্ৰীসকলৰ গন্তব্য স্থানলৈ যোৱাৰ ব্যৱস্থতা নকৰাৰ অভিযোগ।

লামডিং-শিলচৰ পাহাৰ লাইনত অনিৰ্দিষ্টকাললৈ বন্ধ ৰে’ল চলাচল ।

প্ৰৱল বৃষ্টিপাতৰ ফলত জৰাজীৰ্ণ হৈ পৰে ৰে’লপথটো।