প্ৰথমবাৰৰ বাবে কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বাধিক ২৪ জন প্ৰাৰ্থীয়ে

173

প্ৰথমবাৰৰ বাবে কৰিমগঞ্জ লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বাধিক ২৪ জন প্ৰাৰ্থীয়ে।

এইবাৰ ব্যতিক্ৰম হৈছে কৰিমগঞ্জ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ।

কিয়নো কৰিমগঞ্জত দুটাকৈ EVMত হৈছে ভোটগ্ৰহণ।

এটা EVMত আছে ১৫ গৰাকী প্ৰাৰ্থীৰ নাম

আৰু আনহাতে আন এটা EVMত আছে ৯ জন প্ৰাৰ্থীৰ নাম।