ৰাজ্যত পুনৰ ৩০৪৫ জন কোভিড পজিটিভ, ২২ জনৰ মৃত্যু

82
  • ৰাজ্যত প্ৰতিদিনে বৃদ্ধি কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা।
  • বুধবাৰৰ দিনটোত পুনৰ আক্ৰান্ত হৈছে ৩০৪৫জন।
  • আনহাতে এই সময়ছোৱাত মৃত্যু ঘটিছে ২২জন ৰোগীৰ।
  • বুধবাৰৰ দিনটোত মুঠ কোভিড টেষ্ট কৰা হৈছিল ৫৫,৪৮০ জন লোকৰ।
  • কামৰূপ মেট্ৰ’তে কোৰোনাত আক্ৰান্ত হৈছে ১২০৬ জন।