ৰাজ্যত অব্যাহত আছে তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য

212

ৰাজ্যত অব্যাহত আছে তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য৷

তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে স্কুটাৰ আৰোহীক৷

থিতাতে নিহত স্কুটাৰ আৰোহী দুই যুৱক-যুৱতী৷

বৰ্তমানেও চিনাক্ত হোৱা নাই মৃত যুৱক-যুৱতীৰ পৰিচয়৷