ৰাজ্যত অব্যাহত আছে তীব্ৰবেগী ডাম্পাৰৰ দৌৰাত্ম্য৷
তীব্ৰবেগী ডাম্পাৰে মহটিয়াই নিলে স্কুটাৰ আৰোহীক৷
থিতাতে নিহত স্কুটাৰ আৰোহী দুই যুৱক-যুৱতী৷
বৰ্তমানেও চিনাক্ত হোৱা নাই মৃত যুৱক-যুৱতীৰ পৰিচয়৷