মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌড়া নাৰ্জাৰীৰ মনোনয়ন দাখিল

140

মনোনয়ন পত্ৰ দাখিল ৰাজ্যসভাৰ বিজেপি প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটাৰ।

মনোনয়ন দাখিল কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী ৰণগৌড়া নাৰ্জাৰীয়েও।

মনোনয়ন দাখিলৰ সময়ত প্ৰাৰ্থী দুগৰাকীৰ লগত উপস্থিত মুখ্যমন্ত্ৰী।

অহা ৩১ মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যসভাৰ নিৰ্বাচন।

আজি মনোনয়ন দাখিলৰ অন্তিম দিন।

ইতিমধ্যে বিৰোধী বিধায়কৰ সৈতে সদলবলে মনোনয়ন দাখিল কৰিছে কংগ্ৰেছৰ ৰিপুণ বৰাই।