ভাৰত চৰকাৰৰ দূৰসংযোগ বিভাগৰ দ্বাৰা নমুনা পৰীক্ষা বাৰ্তা৷ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই প্ৰেৰণ কৰিছে বাৰ্তা৷ জৰুৰীকালীন অৱস্থাত সতৰ্কবাণী প্ৰেৰণ কৰিবলৈকে এই পৰীক্ষা৷ জনসাধাৰণৰ সুৰক্ষা বৃদ্ধি কৰাৰ স্বাৰ্থত কৰা হৈছে এই পৰীক্ষণ৷ বিভিন্ন অঞ্চলত সময়ে সময়ে সম্পন্ন হ’ব এনে পৰীক্ষা৷ ভূমিকম্প, চুনামি, আকস্মিক বানপানীৰ দৰে দুৰ্যোগত চৰকাৰে প্ৰেৰণ কৰিব এনে বাৰ্তা৷