উত্তৰ প্ৰদেশৰ বদায়ুত শোকাৱহ দুৰ্ঘটনা

310

উত্তৰ প্ৰদেশৰ বদায়ুত শোকাৱহ দুৰ্ঘটনা৷ এখন স্কুল বাছত খুন্দা দ্ৰুতবেগী ৰে’লৰ৷ ঘটনাত ৪টা শিশুৰ থিতাতে মৃত্যু, ১৫টা শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত৷ নবীগঞ্জৰ হজৰতপুৰ ৰোডত এই দুৰ্ঘটনা৷