গোৱালপাৰাৰ বহতীত অঘটন। জলজলী নৈত পৰি সন্ধানহীন শিশু। নাৱত উঠিবলৈ যাওঁতে পিছলি পানীত পৰে দুই শিশু। পানীত পৰে ৰাইহান আলী, ইয়ানুৰ ইছলাম। ওচৰতে থকা এজন যুৱকে উদ্ধাৰ কৰে ৰাইহান আলীক। কিন্তু এতিয়াও সন্ধান নাই ইয়ানুৰ ইছলামৰ। আৰক্ষী-SDRF-এ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।
Latest article
সাধাৰণ আৰম্ভণিৰ পৰা বিশ্বজনীন সফলতালৈ : চানিয়ো হোৰামৰ প্ৰেৰণাদায়ক যাত্ৰা
মাত্ৰ ৩৩টা ঘৰ থকা নাগালেণ্ডৰ এখন সৰু গাঁৱত ডাঙৰ-দীঘল হোৱা চানিয়ো হোৰাম নামৰ মহিলাগৰাকী আজিৰ তাৰিখত অধ্যৱসায় আৰু সফলতাৰ চাক্ষুস প্ৰমাণ। ভাই-ভনীসকলৰ ভিতৰত জ্যেষ্ঠ...
২০২৫ চনৰ জানুৱাৰী মাহৰ পৰা হায়দৰাবাদ-ফুকেট বিমান সেৱা আৰম্ভ এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে
নতুন শুভাৰম্ভণিৰ কথা সদৰি কৰি এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ পৰিচালন সঞ্চালক আলোকে সিঙে কয় যে, “আমাৰ ক্ৰমবৰ্ধমান নেটৱৰ্কত ফুকেট আৰু ডিব্ৰুগড়ক নতুনকৈ সংযোজন কৰিবলৈ পাই...
২০২৪ বৰ্ষত কৰ্মশক্তি বৃদ্ধিৰ শক্তি প্ৰদান এনএছডিচিৰ: স্কিল ইণ্ডিয়াই আগুৱাই নিছে ডিজিটেল, সেউজ আৰু...
নেচনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেচন(এনএছডিচি)-এ ২০২৪ চনত ভাৰতৰ দক্ষতা বিকাশ পৰিস্থিতিতন্ত্ৰক নতুন ৰূপ দি এক মাইলৰ খুঁটি বৰ্ষ অৰ্জন কৰে। স্কিল ইণ্ডিয়া ডিজিটেল হাব (এছআইডিএইচ)ৰ...