গোৱালপাৰাৰ বহতীত অঘটন

348

গোৱালপাৰাৰ বহতীত অঘটন। জলজলী নৈত পৰি সন্ধানহীন শিশু। নাৱত উঠিবলৈ যাওঁতে পিছলি পানীত পৰে দুই শিশু। পানীত পৰে ৰাইহান আলী, ইয়ানুৰ ইছলাম। ওচৰতে থকা এজন যুৱকে উদ্ধাৰ কৰে ৰাইহান আলীক। কিন্তু এতিয়াও সন্ধান নাই ইয়ানুৰ ইছলামৰ। আৰক্ষী-SDRF-এ অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান।