ৰঙাপৰাত ভয়ংকৰ দুৰ্ঘটনা

89

ৰঙাপৰাত শুকুৰবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনাত। এটা প্ৰচণ্ড শব্দ কৰি চাহ বাগিচাৰ মাজত বাগৰি পৰিল গেছৰ চিলিণ্ডাৰ কঢ়িওৱা এখন গধুৰ ট্ৰাক।ৰঙাপৰা-মিছামাৰী সংযোগী পথচোৱাৰে তীব্ৰ গতিত গৈ থকা AS- 09 -AC -5719 নম্বৰৰ ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই বৰজুলি চাহ বাগিচাৰ মাজত বাগৰি পৰে। দুৰ্ঘটনাৰ পাছতে ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনজনে ভয়তে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।