সলনি হ’ব চেৰাবভাটী আৰু কালাপাহাৰৰ নাম…

163

সলনি হ’ব গুৱাহাটীৰ কেইবাখনো ঠাইৰ নাম।

এই কথা ঘোষণা কৰিছে গুৱাহাটী পৌৰ নিগমে।

স্থানীয় ৰাইজ আৰু সংগঠনৰ আহ্বানমৰ্মে গুৱাহাটীৰ কেইবাখনো ঠাইৰ নাম সলনি কৰিবলৈ যো-জা চলাইছে পৌৰ নিগমে।

সেই অনুসৰি চেৰাবভাটীৰ নতুন নাম ৰখা হ’ব আৰ্যনগৰ।

কালাপাহাৰৰ নাম সলনি কৰি নতুনকৈ ৰখা হ’ব নীলাচল নগৰ।

আনহাতে আন বহু ঠাই আৰু পথৰ নাম সলনি কৰাৰ বিষয়েও চিন্তাচৰ্চা কৰি থকা হৈছে বুলি জানিবলৈ দিয়ে মেয়ৰ মৃগেণ শৰনীয়াই।