যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক।
যোৰহাটৰ মেলেং কপাহধৰাত সংঘটিত ধন দাবীৰ ঘটনা।
ব্যৱসায়ী পুলিন মহন্তক প্ৰথমে ৫ লাখ টকা দাবী।
তাৰ পাছত প্ৰতিখন ডাম্পাৰৰ পৰা ৩০০ টকাকৈ দাবী।
ধন নিদিয়া বাবে ব্যৱসায়ীজনৰ ৪ খন ডাম্পাৰ জব্দ গুণ্ডা বাহিনীৰ।