যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক

331

যোৰহাটত ‘লাহন গেঙ’ৰ দুই সদস্যক আটক।

যোৰহাটৰ মেলেং কপাহধৰাত সংঘটিত ধন দাবীৰ ঘটনা।

ব্যৱসায়ী পুলিন মহন্তক প্ৰথমে ৫ লাখ টকা দাবী।

তাৰ পাছত প্ৰতিখন ডাম্পাৰৰ পৰা ৩০০ টকাকৈ দাবী।

ধন নিদিয়া বাবে ব্যৱসায়ীজনৰ ৪ খন ডাম্পাৰ জব্দ গুণ্ডা বাহিনীৰ।