খানাপাৰাত বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

342

খানাপাৰাত বশিষ্ঠ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ।

অভিযানত বুজন পৰিমাণৰ ড্ৰাগছসহ জব্দ নগদ ধন।

জব্দ ৩২টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ, নগদ ১২ হাজাৰ টকা।

সৰবৰাহৰে জড়িত দুই ধৃতক গ্ৰেপ্তাৰ আৰক্ষীৰ।

গ্ৰেপ্তাৰ ভঙাগড়ৰ গৌতম দাস, দিছপুৰৰ ৰাজু ডেকা।