বৰ্তমানলৈ ৰাজ্যত কৰ’নাত আক্ৰান্ত হ’ল সৰ্বাধিক ২৬৯জন লোক।

113

ৰাজ্যত কৰনাৰ ভয়ানক ৰুপ। ২৪ঘণ্টাত ধুবুৰীত আক্ৰান্ত হ’ল ১২৫জন লোক।

লখিমপুৰৰ এজন চিকিৎসকৰ দেহত COVID-19। ডাঃ হাচিড জামান নামৰ চিকিৎসকজনৰ দেহত ধৰা পৰিছে কৰোনা। আক্ৰান্ত লোকজন পানীগাঁও প্ৰাথমিক চিকিৎসালয়ৰ চিকিৎসক। তেখেতে দীৰ্ঘদিন ধৰি নিয়োজিত আছিল OPD College শিবিৰত।