উত্তৰ-পূৱ বিত্তীয় কেলেংকাৰিৰ নতুন তথ্য পোহৰলৈ By Dipshikha - May 18, 2024 185 FacebookPinterestWhatsAppPrint নলবাৰীৰ ধমধমা চেন্ট্রেল বেংকত বিত্তীয় কেলেংকাৰিৰ নতুন তথ্য পোহৰলৈ৷ ৩টা আত্মসহায়ক গোটৰ একাউন্টত ধন সুমুৱাই ১৬লাখ আত্মসাৎ৷ কিৰণ দাস আৰু দালাল পুলেন বৰ্মনৰ বিৰুদ্ধে অভিযোগ৷ ধন আত্মসাৎ কৰি কিছুদিন পূৰ্বে অন্য শাখালৈ বদলি কিৰণ দাসৰ৷ Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...