নতুন দিল্লী : নতুন প্ৰযুক্তিৰে নিছানে শীগ্ৰে মুকলি কৰিব ডাটছোন ৰেডী – গো গাড়ী খন। জাপানীজ ইঞ্জিনীয়াৰিঙ আৰু ক্ৰাফ্টমেনশ্বিপৰ নতুন ডিজাইনৰ ডাটছোন ৰেডী- গো অতি শীগ্ৰে গ্ৰাহকৰ বাবে মুকলি কৰা হ’ব। নিছান ইণ্ডিয়াই ডাটছোন ৰেডী – গো গাড়ী খনৰ টিজাৰ অলপতে মুকলি কৰে।
Latest article
ব্ৰিটানিয়া নিউট্ৰি চইছে নিউট্ৰি প্লাছ এপ মুকলিৰে নতুন মাত্ৰা প্ৰদান কৰিলে ডিজিটেল সুস্থতাক
ভাৰতৰ অন্যতম আগশাৰীৰ বিস্কুট ব্ৰেণ্ড নিউট্ৰিচ’ইছে "নিউট্ৰিপ্লাছ" মুকলি কৰি দৈনন্দিন সুস্থতা সৰল কৰাৰ প্ৰতিশ্ৰুতিৰ সম্প্ৰসাৰণ কৰিলে, যি হৈছে এটা মোবাইল এপ, যিয়ে ভাৰতত সুস্থতা...
পলিকেব ইণ্ডিয়াই মুকলি কৰিলে নতুন ‘ছুপাৰ আৰঅ’আই’ ৰেঞ্জৰ ফেন
দেশৰ বৈদ্যুতিক সামগ্ৰীৰ ক্ষেত্ৰত এক আগশাৰীৰ প্ৰতিষ্ঠান পলিকেব ইণ্ডিয়াই ফেন শাখাত নিজৰ উপস্থিতি শক্তিশালী কৰিবলৈ নতুন "ছুপাৰ আৰঅ'আই" শাখা মুকলি কৰিছে। এই কৌশলগত পদক্ষেপ...
সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ স্পাৰ্ক ২০২৫ৰ নিশা সংগীতেৰে জীপাল কৰিলে পলক মুচলে
সংস্কৃতি বিশ্ববিদ্যালয়ে স্পাৰ্ক ২০২৫ অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ সাংস্কৃতিক আৰু সৃষ্টিশীল দিশটো উদ্ভাসিত কৰিছিল, এই অনুষ্ঠানক অনন্য মাত্ৰা প্ৰদান কৰি বলীউডৰ প্ৰখ্যাত নেপথ্য কণ্ঠশিল্পী পলক মুচলে...