ষ্টাফৰিপোৰ্টাৰ, ৩১ মাৰ্চ : বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছৰ ফলত দেশত হোৱা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতী এণ্টাৰপ্ৰাইজে এশ কৌটি টকাৰ অনুদান আগবঢ়াইছে। ভাৰতী এণ্টাৰপ্ৰাইজৰ অধীনস্থ ভাৰতী এয়াৰটেল, ভাৰতী ইনফ্ৰাটেল আদিয়ে দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰীৰ কেয়াৰ্ছ পুঁজিলৈ আগবঢ়ায়। উল্লেখ ভাৰতী এণ্টাৰপ্ৰাইজৰ কৰ্মচাৰী সকলেও নিজাববীয়াকৈ কিছু অৰ্থ সাহাৰ্য্য প্ৰধানমন্ত্ৰীৰ কেয়াৰ্ছ পুঁজিলৈ আগবঢ়াইছে।
Latest article
প্ৰচণ্ড বৰষুণৰ মাজতো গুৱাহাটীবাসীক আপ্লুত কৰিলে জে কে টায়াৰে আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে
হঠাতে হোৱা ধুমুহা-বৰষুণক নেওচি জে কে টায়াৰে আইআইটি গুৱাহাটী চৌহদত আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে মটৰস্পৰ্টৰ আকৰ্ষণীয় ৰূপ আৰু যুৱ শক্তিৰ এক ৰোমাঞ্চকৰ মিশ্ৰণেৰে...
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত ৰোহিত-কোহলী শীৰ্ষ শ্ৰেণীত স্থান
ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীক সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) প্ৰকাশ কৰা চুক্তিবদ্ধ খেলুৱৈৰ তালিকাৰ...
২২ এপ্ৰিলত লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰে মুখামুখি দিল্লী কেপিটেলছৰ
দিল্লী কেপিটেলছে মঙলবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ সৈতে মুখামুখি হ'ব। এই খেলখনত দিল্লীয়ে আশা কৰিব যে তেওঁলোকৰ প্ৰাৰম্ভিক...