গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ বাসীৰ বাবে সুখবৰ!
আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা।
ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস হোৱাৰ বাবে পুনৰ আৰম্ভ ফেৰী সেৱা।
বিগত তিনিদিনে নৈৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে বন্ধ আছিল ফেৰী সেৱা।