ভাৰত কৰ’না মুক্ত কৰক দেশবাসী ডবা-শংখ-বৰকাঁহ-উৰুলিৰ ‘মংগলধ্বনি’ৰে মুখৰিত মন্দিৰ দেৱালয় By Editor - July 30, 2020 137 FacebookPinterestWhatsAppPrint ষ্টাফৰিপৰ্টাৰ, কৰ’নাৰ পৰা মুক্ত কৰক দেশবাসীক। ডবা-শংখ-বৰকাঁহ-উৰুলিৰ ‘মংগলধ্বনি’ৰে মুখৰিত হ’ল ৰাজ্যৰ দ’ল-দেৱালয়, মঠ-মন্দিৰ,সত্ৰ-নামঘৰৰ বাকৰি |মহানগৰীৰ উগ্ৰতাৰা দেৱালয়ো মংগলধ্বনি’ৰে বৃহস্পতিবাৰে সন্ধিয়া ৬.৪৫ বজাত মুখৰিত হয়। Share this:Click to share on Facebook (Opens in new window)Click to share on WhatsApp (Opens in new window)Click to share on Pinterest (Opens in new window)Click to share on Twitter (Opens in new window)Click to print (Opens in new window)Like this:Like Loading...