ষ্টাফৰিপোৰ্টাৰ, ১৫ এপ্ৰিল :: কাছাৰত অস্ত্ৰ-শস্ত্ৰসহ গ্ৰেপ্তাৰ
এন এছ চি এন ( কে ৰ উগ্ৰপন্থী। গ্ৰেপ্তাৰ নাম্বিপৌ নামৰ দুৰ্ধৰ্ষ উগ্ৰপন্থীটো। উগ্ৰপন্থীটোৰ পৰা জব্দ কৰা হৈছে এটা পইণ্ট ২২ পিষ্টল, এটা মেগজিন, ৭ জাই সক্ৰিয় গুলী। জিৰিঘাটৰ নামডাইলং গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে উগ্ৰপন্থীটোক।
Latest article
আইবিএছৰ সৈতে যাপন কৰক: লক্ষণ অনুসৰি পৰিচালনা আৰু জীৱনৰ মান উন্নত কৰক
সমগ্ৰ বিশ্বৰ লাখ লাখ ব্যক্তি ইৰিটেবল বাৱেল চিণ্ড্ৰম (আইবিএছ) নামেৰে জনাজাত সাধাৰণ গেষ্ট্ৰাইটিছ ৰোগত আক্ৰান্ত। দীৰ্ঘদিনীয়া পেটৰ বিষ, পেট ফুলা আৰু মলত্যাগ কৰাৰ তাৰতম্য...
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ২৪ লাখ টকাৰ জৰিমনা
ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু চেমছনক ইয়াত গুজৰাট টাইটানছৰ বিৰুদ্ধে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ (আই পি এল) খেলৰ সময়ত ধীৰ অভাৰৰ বাবে ২৪ লাখ টকাৰ জৰিমনা...
২০২৮ৰ লছ এঞ্জেলছ অলিম্পিকত ৬টাকৈ পুৰুষ-মহিলা ক্ৰিকেট দলৰ প্ৰতিদ্বন্দিতা
অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰাৰ দাবী দীৰ্ঘদিন ধৰি চলি আহিছে। ক্ৰিকেট এতিয়া ২০২৮ লছ এঞ্জেলছ অলিম্পিকত প্ৰৱেশ কৰিছে। ছয়টা দলে সোণৰ পদকৰ বাবে প্ৰতিদ্বন্দিতা কৰিব।...