এইছ ডি এফ চি বেংক আৰু মাৰুতি ছুজুকিৰ গ্ৰাহক বিত্তীয় আঁচনি

105

ষ্টাফ ৰিপৰ্টাৰ : মাৰুতি ছুজুকি ইণ্ডিয়া লিমিটেডে এইছ ডি এফ চি বেংকৰ সহযোগিতাত নতুন গাড়ী ক্ৰয়ৰ কেতবোৰ সুবিধা জনক বিত্তীয় আঁচনিৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই সম্পৰ্কে এক বিবৃতি যোগে মাৰুতি ছুজুকিৰ কাৰ্যবাহী সঞ্চালক শশাংক শ্ৰীবাস্তৱে কয় ” ইয়াৰ জৰিয়তে গ্ৰাহক সকল উপকৃত হ’ব পাৰিব।” এই সম্পৰ্কে এইছ ডি এফ চি বেংকৰ ৰিটেইল লেণ্ডিঙৰ দেশীয় মুৰব্বী অৰবিন্দ কপিলে কয় “ক’ভিড-১৯ মহামাৰী সময়ত গ্ৰাহকক কাষ্টমাইজড সুবিধা প্ৰদানৰ বাবে এম এছ আই এলৰ সৈতে সহযোগিতা স্থাপন কৰিব আমি সুখী।”