আজিৰ পৰা ৰাজ্যত খুলিব সুৰাৰ বিপণী

114

ষ্টাফ ৰিপোৰ্টাৰ, ১২ এপ্ৰিল : কাইলৈৰ পৰা ৰাজ্যত খুলিব সুৰাৰ বিপণী। পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলাৰ সিদ্ধান্ত লৈছে। আবকাৰী বিভাগে জাৰি কৰিলে জাননী। সুৰাৰ বিপণীৰ সন্মুখত গ্ৰাহকে মানি চলিব লাগিব সামাজিক দূৰত্ব।