আজি ভূমিপুত্ৰ দেউৰীসকলৰ ব’হাগ বিহু।
ব’হাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে পালন কৰে বিহুৰ উৰুকা।
দেওশালত পূজা-অৰ্চনা কৰি বোকা বিহু উদযাপন।
বোকা বিহু মাৰি আনন্দত মতলীয়া দেউৰী ডেকা-গাভৰু।