নিৰ্বাচনী ৰণশিঙা বজাবলৈ অসমলৈ জে পি নাড্ডা

131

আজি নিৰ্বাচনী ৰণশিঙা বজাবলৈ অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।

কোকৰাঝাৰ-ৰৌতা আৰু দুধনৈত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ চলাব প্ৰচাৰ অভিযান।

নাড্ডাক আদৰিবলৈ সাজু বিজেপি-অগপ-UPPLৰ নেতৃত্ব।