আজি ভূমিপুত্ৰ দেউৰীসকলৰ ব’হাগ বিহু

297

আজি ভূমিপুত্ৰ দেউৰীসকলৰ ব’হাগ বিহু।

ব’হাগৰ প্ৰথমটো বুধবাৰে দেউৰীসকলে পালন কৰে বিহুৰ উৰুকা।

দেওশালত পূজা-অৰ্চনা কৰি বোকা বিহু উদযাপন।

বোকা বিহু মাৰি আনন্দত মতলীয়া দেউৰী ডেকা-গাভৰু।