অৰুণাচল প্ৰদেশত প্ৰচণ্ড ভূমিস্খলন, ব্যাহত যাতায়ত

171
প্ৰতীকি ফটো

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত সংঘটিত প্ৰচণ্ড ভূমিস্খলনৰ ফলত স্তব্ধ হৈ পৰিছে যাতায়ত ব্যৱস্থা।

ৰাজ্যখনৰ লাপাৰাদা জিলাৰ অকাজান-লিকাবালি সংযোগী পথৰ ৬৩ কিলোমিটাৰ নিলগৰ ৰিলো গাঁৱত সংঘটিত হয় ভূমিস্খলন।

ৰাজ্যখনত একেৰাহে দি থকা বৰষুণৰ ফলত পাহাৰৰ মাটি খহি পথ আৱদ্ধ কৰে। যাৰ ফলত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰিছে।

এই ভূমিস্খলৰ ফলত চিয়াং জিলাৰ ডুপু গাঁৱৰ সমীপৰ আলুমেচুকা পথ বন্ধ কৰি দিয়া হৈছে।