অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ ফলাফল ঘোষণা

94

গুৱাহাটী:- শনিবাৰে ঘোষনা কৰা হল অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ ফলাফল। পৰীক্ষা অনুষ্ঠিত হোৱাৰ নামত কেলেংকাৰী সংঘটিত হোৱাৰ পিছতে যোৱা ২২ নৱেম্বৰত পুনৰ অনুষ্ঠিত হৈছিল এই পৰীক্ষা।

৫৯৭ টা পদৰ বাবে অনুষ্ঠিত অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ ফলাফল slprbassam.in ৱেৱটাইট যোগে প্ৰকাশ কৰা হয়।