পুনৰ ইউক্রেইনৰ ওপৰত ভয়ংকৰ আক্রমণ ৰাছিয়াৰ।
নিশাৰ ভিতৰতে ক্ষেপণাস্ত্ৰ, ড্ৰোনেৰে ভয়ংকৰ আক্ৰমণ ৰাছিয়াৰ।
অত্যাধুনিক ওৰেছনিক মিছাইলেৰে আক্ৰমণ ইউক্ৰেইনত ।
ৰাছিয়াৰ আক্ৰমণত ৪ জন লোকৰ মৃত্যু, আহত শতাধিক ।
কিয়েভ’ আৰু কাষৰীয়া এলেকাত এই আক্ৰমণ চলাই ৰাছিয়াই।