ইৰাণৰ আক্ৰমণৰ পাছতে মধ্যপ্রাচ্যত বৃদ্ধি পাইছে যুদ্ধৰ আশংকা।
ড্রোন আক্ৰমণৰ ফলত ডুবাই বন্দৰৰ সমীপত তেল টেংকাৰত জুই।
কৰ্তব্যৰত অৱস্থাত ৰাষ্ট্ৰসংঘৰ ৩ গৰাকী সৈন্য নিহত।
আত্মঘাতী ড্রোনৰ লক্ষ্য হ’ল ডুবাইত লংগন কৰি থকা কুৱেইটৰ জাহাজ।
ডুবাইৰ পৰা ৩১ নটিকেল মাইল নিলগত টেংকাৰৰ ষ্টাৰবোর্ডত ড্রোনৰ খুন্দা।
কুৱেইটৰ সংবাদ সংস্থা- এই আক্রমণ আছিল প্রত্যক্ষ আৰু দুর্নীতিপৰায়ণ।
