ৰাটোৱাত ট্ৰেণ্ডছৰ নতুন বিপনি মুকলিৰ ঘোষণা

256

পশ্চিম বংগ ৰাজ্যৰ মালদা জিলাৰ ৰাটোৱা চহৰত ট্ৰেণ্ডছে তেওঁলোকৰ নতুন বিপনি মুকলিৰ কথা ঘোষণা কৰিছে। ৰাটোৱাত মুকলি কৰা ট্ৰেণ্ডছ ষ্টোৰত মডাৰ্ণ ল’ক আৰু উৎকৃষ্ট মানদণ্ডৰ ফেশ্বন সামগ্ৰীৰ এক আকৰ্ষণীয় পৰিসৰ আছে, যি অঞ্চলটোৰ গ্ৰাহকসকলৰ বাবে প্ৰাসংগিক আৰু  যিবোৰ সুলভ মূল্যত উপলব্ধ।

 ৫৫৩৮ বৰ্গ ফুটত বিস্তৃত হৈ থকা ৰাটোৱা টাউনৰ এই প্ৰথম বিপনিখনে ইয়াৰ গ্ৰাহকসকলৰ বাবে এক বিশেষ উদ্বোধনী অফাৰ আগবঢ়াইছে, ইয়াৰ উপৰিও  প্ৰাসঙ্গিক ফেশ্বন আৰু আশ্চৰ্যকৰ মূল্য: – ৩৪৯৯ টকাত বজাৰ কৰক আৰু ১৯৯ টকাৰ আকৰ্ষণীয় উপহাৰ লাভ কৰাৰ অফাৰ আগবঢ়াইছে।

কেৱল এইটোৱেই নহয় গ্ৰাহকসকলে ২৯৯৯ টকাৰ ক্ৰয়ৰ ওপৰত সম্পূৰ্ণ বিনামূলীয়াকৈ ৩০০০ টকাৰ কুপন লাভৰো সুবৰ্ণ সুযোগ আছে।এই চহৰৰ গ্ৰাহকসকলে কম মূল্যত ট্ৰেণ্ডি মহিলাৰ পোছাক, পুৰুষৰ পোছাক, শিশুৰ পোছাক আৰু ফেশ্বন আনুষঙ্গিক সামগ্ৰীৰ বাবে বজাৰ কৰাৰ এক অনন্য বিশেষ আৰু উৎকৃষ্ট অভিজ্ঞতা লাভ কৰিব পাৰিব।