মুখ্যমন্ত্ৰী শৰ্মাই  ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন

38

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীস্থিত ছত্তীশগড়ৰ ৰাজ্যপাল  ৰমেন ডেকাৰ বাসগৃহত উপস্থিত হৈ তেখেতক সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰী শৰ্মাই  ৰমেন ডেকাক শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যখনৰ প্রাক্তন সাংসদ ৰমেন ডেকাই চলিত বৰ্ষৰ ৩১ জুলাইত ছত্তীশগড়ৰ ৰাজ্যপালৰ পদ গ্ৰহণ কৰিছিল |