সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ সংহতি দিৱস পালন। নেহৰু উদ্যানত থকা খাদ্য আন্দোলনত শ্বহীদ গজেন ইংতি আৰু পুতুল শইকীয়াকল শ্বহীদ বেদীত বন্তি প্ৰজ্বলন, মাল্যৰ্পন কৰি শ্ৰদ্ধা জ্ঞাপন আছুৰ।
কাৰ্যসূচীত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি কমল মহন্ত, সম্পাদক প্ৰাঞ্জল ডেকা, কামৰূপ মহানগৰ ছাত্ৰ সন্থাৰ সম্পাদক সমীৰণ কলিতা, কেন্দ্ৰীয় কমিটিৰ জিতেন দাসকে আদি কৰি প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
