গুৱাহাটী মহানগৰীৰ বৰবাৰীত ভয়ংকৰ ঘটনা।
নৱম শ্ৰেণীৰ ছাত্ৰক পিষ্টল দেখুৱাই ডকাইতিৰ চেষ্টা দুর্বৃত্তৰ।
ঘটনাৰ সময়ত ঘৰত নাছিল কিশোৰজনৰ পিতৃ-মাতৃ ।
বৰবাৰীৰ দূৰদৰ্শন কলনীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা।