পুনৰ জনতাক মাধমাৰ সোধাই বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য। আৰু অধিক মহঙা হ’ব হোটেল-ৰেষ্টোৰাৰ খাদ্য।
পুনৰ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ দাম।
১৯ কেজিৰ LPG চিলিণ্ডাৰৰ দাম ৫৪ টকালৈ বৃদ্ধি।
দিল্লীত বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৪২ টকাকৈ বৃদ্ধি।