পশ্চিমবংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ মাজতে হিংসাত্মক ঘটনা।
EVM বিকলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি।
হাওৰাৰ এটা ভোটগ্রহণ কেন্দ্রত হুলস্থুলীয়া পৰিৱেশ ।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে লাঠীচালনা CRPFৰ ।
অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰা দুজনক গ্ৰেপ্তাৰ।