ভিয়েটনামৰ হানয় চহৰৰ ডং আনত ভয়ংকৰ অগ্নিকাণ্ড ।
তৈল আৱৰ্জনা ক্ষেত্ৰত বিধ্বংসী অগ্নিকাণ্ড
জুইৰ লেলিহান শিখাই আৱৰি ধৰে অঞ্চলটো।
অগ্নিকাণ্ডত বিস্তৰ ক্ষতিসাধন।
অন্য প্ৰান্তলৈও জুই সম্প্ৰসাৰণ হোৱাত আতংক ।