উৰণৰ সময়তে বিমানত লাগিল জুই।
বিমানত থকা ২২৮ গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ।
অগ্নিকাণ্ডত আহত ৬জনকৈ যাত্রী।
SWISS বিমানত ভয়ংকৰ কাণ্ড।
ছুইজাৰলেণ্ডলৈ যোৱাৰ সময়তে এই
অঘটন।
উৰণৰ সময়তে বিমানত লাগিল জুই।
বিমানত থকা ২২৮ গৰাকী যাত্ৰীৰ মাজত হাহাকাৰ।
অগ্নিকাণ্ডত আহত ৬জনকৈ যাত্রী।
SWISS বিমানত ভয়ংকৰ কাণ্ড।
ছুইজাৰলেণ্ডলৈ যোৱাৰ সময়তে এই
অঘটন।
