তিনিচুকীয়া জিলাৰ বিভিন্ন স্থানত আৰক্ষীৰ অভিযান।
অভিযানত আলফা (স্বাঃ)ৰ ৭গৰাকী লিংকমেনক আটক।
আটক বৰডুমচাৰ বাৰ্লিন নেওগ, পেঙেৰীৰ মিঠু গোহাঁই।
পেঙেৰীৰ লীলাধৰ মৰাণ, কাকপথাৰৰ বিকাশ ডেকা, অৰুণাচলৰ শিৱা দেৱ।
লগতে আটক পাৰিতোষ দেৱ আৰু মাকুমৰ মানৱ দেৱক।
আলফা (স্বাঃ)ৰ নামত ধনদাবী কৰিছিল লিংকমেনকেইজনে।
