সোৱণশিৰি আপাৰ হাইড্ৰ’ইলেকট্ৰিক প্ৰকল্পৰ বিৰুদ্ধে প্রতিবাদ। প্রতিবাদকাৰীয়ে ৰাজপথত অগ্নিসংযোগ কৰিলে বাহনত।আজি ১২ ঘণ্টীয়া আপাৰ সোৱণশিৰি জিলা বন্ধ ঘোষণা টাগিন ছাত্র সন্থাৰ।
সোৱণশিৰি আপাৰ হাইড্ৰ’ইলেকট্ৰিক প্ৰকল্পৰ বিৰুদ্ধে প্রতিবাদ।
প্রতিবাদকাৰীয়ে ৰাজপথত অগ্নিসংযোগ কৰিলে বাহনত।
আৰক্ষীৰ সৈতে সংঘাতত লিপ্ত বন্ধ সমৰ্থক।
