ভাৰতীয় সেনা আৰু SDRF, NDRFৰ উদ্যোগত শণিবাৰে আই আই টি গুৱাহাটীত “সংঘটিত শক্তি চে জন আপডা সুৰক্ষা” শীৰ্ষক এক মকড্ৰিলৰ আয়োজন কৰা হয়। পানীৰ মাজত আবদ্ধ লোকক কি দৰে উদ্ধাৰ কৰিব পৰা যায় তাক প্ৰদৰ্শন কৰা হয়। বিপদকালীন সময়ত দুৰ্যোগ ব্যবস্থাপনা বিভাগৰ লোক উপস্থিত হোৱাৰ পুৰ্বে উপস্থিত সাধাৰণ লোকে যাতে উদ্ধাৰ কৰিব পাৰে তাক সাধাৰণ ভাৱে প্ৰদৰ্শন কৰি দেখুৱাই দিয়া হয়। এই মকড্ৰিল প্ৰদৰ্শনে সাধাৰণ লোক আৰু শিক্ষাৰ্থীক এই উপকৃত কৰিব ।
