যুদ্ধ নৌহওঁতেই গৌৰৱ গগৈয়ে বিৰতি লব বিচাৰিছে ।
কংগ্ৰেছৰ অৱস্থা একেবাৰেই বেয়া।
যুদ্ধলৈ ভয় কৰিছে কংগ্ৰছে।
মানুহৰ এতিয়া কেবল কামৰ লগত হে মতলব।
যুদ্ধক্ষেত্ৰৰ পৰা ছত্ৰভংগ দিছে কংগ্ৰেছে ।
অসমৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই হ’ব ।
অহা ৫বছৰত ৪গুণ অধিক কাম হ’ব ।
বিহপুৰীয়াত মোৰ জয় নিশ্চিত।
নিৰ্বাচনী প্ৰচাৰ চলাই মন্তব্য বিজেপিৰ প্ৰাৰ্থী ভূপেন বৰাৰ ।
যুদ্ধ নৌহওঁতেই গৌৰৱ গগৈয় বিৰতি ল’ব বিচাৰিছে।
কংগ্ৰেছৰ অৱস্থা একেবাৰেই বেয়া।
যুদ্ধলৈ ভয় কৰিছে কংগ্ৰেছে।
মানুহৰ এতিয়া কামৰ লগত হে মতলব ।
যুদ্ধক্ষেত্ৰৰ পৰা ছত্ৰভংগ দিছে কংগ্ৰেছে ।
