উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলক লৈ গুৰুত্বপূৰ্ণ ঘোষণা।
২১ এপ্ৰিলৰ পাছতহে ঘোষণা হ’ব HSৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল।
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডে কৰিছে এই ঘোষণা।
পূৰ্বে ১৭ এপ্ৰিলত ফলাফল ঘোষণা হ’ব বুলি ভুৱা খবৰ বিয়পি পৰিছিল।