বিধানসভা নিৰ্বাচনৰ ভোটদানৰ বাবে মাত্র কেইটামান ঘণ্টা বাকী।
ভোটদানৰ পূৰ্বে ভোটাৰলৈ নিৰ্বাচন আয়োগৰ বিশেষ নির্দেশনা।
ভোটগ্রহণ কেন্দ্রলৈ লগত নিব নোৱাৰিব ম’বাইল।
এশ মিটাৰ দূৰত্বত ম’বাইল জমা দি ল’ব লাগিব ৰচিদ।
ভোটদানৰ পিছত ৰচিদ দেখুৱাই ল’ব পাৰিব ম’বাইল।
BLO, স্বেচ্ছাসেৱক, প’লিং এজেণ্টৰ নিৰ্দেশনা মানি চলিব লাগিব ।
