ইৰাক আৰু চিৰিয়াত আক্ৰমণ আমেৰিকাৰ
আমেৰিকাই জৰ্ডানত তেওঁলোকৰ সেনাৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিশোধ স্বৰূপে ইৰাক আৰু চিৰিয়াত ইৰাণ সমৰ্থিত মিলিছিয়া আৰু ইৰানী ৰিভলিউচনৰী গাৰ্ডছৰ কেইবাটাও ঠিকনাত আক্ৰমণ কৰে।
এই আক্ৰমণ...
ভাড়াতীয়া দম্পতীৰ কোঠাত গোপনে স্থাপন পেন কেমেৰা! যুৱতীৰ গোপন দৃশ্য বন্দী কৰি গ্ৰেপ্তাৰ ভাৱী...
ভাড়াতীয়া দম্পতীৰ কোঠাত গোপন কেমেৰা লগাই মহিলাৰ ব্যক্তিগত মুহূৰ্ত ৰেকৰ্ড কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল এজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰ। এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে চেন্নাইত।
জানিব...
লক্ষ্য ’২৪ৰ নিৰ্বাচন! কোনে কি পালে অন্তৱৰ্তীকালীন বাজেটত?
''মোদী চৰকাৰৰ বিগত ১০ বছৰত ভাৰতৰ অৰ্থনীতিয়ে নতুন শক্তি লাভ কৰিছে আৰু উন্নয়নৰ ফল জনতাই প্ৰত্যক্ষভাৱে লাভ কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰোঁ যে...
আজিৰে পৰা আৰম্ভ বাজেট অধিৱেশন, আদৰণিৰ অভিভাষণত কি ক’লে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে…
বুধবাৰৰ পৰা আৰম্ভ হৈছে সংসদৰ বাজেট অধিৱেশন। মোদী চৰকাৰৰ দ্বিতীয় কাৰ্য্যকালৰ অন্তিমখন বাজেট অধিৱেশনৰ আদৰণি ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নতুন দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনৰ...
এইবাৰেই শেষ, দেশত আৰু অনুষ্ঠিত নহয় নিৰ্বাচন! মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যক লৈ তীব্ৰ চাঞ্চল্য
এইবাৰেই শেষ! ইয়াৰ পিছত আৰু ভাৰতত অনুষ্ঠিত নহয় নিৰ্বাচন। এই দাবীৰে দেশৰ জনতাক এক বিশেষ আহ্বান জনাইছে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেয়ে। ওড়িশাত দলীয়...
পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৰাজস্থানৰ প্ৰাক্তন সাংসদ মানৱেন্দ্ৰ সিং, পত্নীৰ মৃত্যু
মঙলবাৰে ৰাজস্থানৰ আলৱাৰত সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হয় প্ৰাক্তন কংগ্ৰেছ সাংসদ মানৱেন্দ্ৰ সিং জাছলৰ পত্নীৰ। আৰক্ষী বিষয়াসকলে জনোৱা মতে, দুৰ্ঘটনাটোৰ সৈতে জড়িত বাহনখনত সিং...
ঝাৰখণ্ডৰ ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি EDৰ সন্মুখত হাজিৰ হ’ব মুখ্যমন্ত্ৰী হেমন্ত চোৰেন
ঝাৰখণ্ডত চলি থকা ৰাজনৈতিক অস্থিৰতাৰ মাজতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে ইডিৰ সন্মুখত জেৰাৰ বাবে হাজিৰ হ’ব। মুখ্যমন্ত্ৰী চোৰেনক গ্ৰেপ্তাৰ কৰা হ’ব পাৰে বুলি...
RSS নেতাৰ হত্যাকাণ্ডৰ অপৰাধত পি এফ আইৰ ১৫ সদস্যক মৃত্যুদণ্ডৰ শাস্তি কেৰালা আদালতৰ
কেৰালাৰ আদালতে নিষিদ্ধ সংগঠন পিএফআইৰ ১৫জন সদস্যক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে। স্থানীয় আৰ এছ এছ নেতা ৰঞ্জিত শ্ৰীনিবাসনৰ হত্যাকাণ্ডৰ অপৰাধত ১৫ জন লোকক শাস্তি...
লোমহৰ্ষক! বেংক একাউণ্টত নমিনী নকৰাৰ বাবেই মহকুমা দণ্ডাধীশ পত্নীক হত্যা বেকাৰ স্বামীৰ
চাৰ্ভিছ বুক, বীমা আৰু বেংক একাউণ্টত স্বামীক নমিনী হিচাপে উল্লেখ নকৰাৰ বাবেই বেকাৰ স্বামীয়ে নিৰ্মমভাৱে হত্যা কৰিলে চৰকাৰী আমোলা পত্নীক। এনে এক চাঞ্চল্যকৰ হত্যাকাণ্ড...
গোপন তথ্য ফাদিল গোচৰ! প্ৰাক্তন পাক প্ৰধানমন্ত্ৰী ইমৰান খানক ১০ বছৰৰ কাৰাদণ্ড
চৰকাৰী গোপন তথ্য ফাদিল কৰাৰ বিতৰ্কিত গোচৰত ১০ বছৰৰ কাৰাদণ্ড বিহা হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক।
মঙলবাৰে এই তথ্য সদৰী কৰিছে ৰাষ্ট্ৰখনৰ সংবাদ মাধ্যম...